নটসূৰ্য বটাঁপ্ৰাপক বিশিষ্ট অভিনেতা-নাট পৰিচালক জীৱেশ্বৰ ডেকাৰ দেহাৱসান !

নটসূৰ্য বটাঁপ্ৰাপক বিশিষ্ট অভিনেতা-নাট পৰিচালক জীৱেশ্বৰ ডেকাৰ দেহাৱসান !

August 24, 2020 0 By NEWS DESK

নটসূৰ্য বটাঁপ্ৰাপক বিশিষ্ট অভিনেতা-নাট পৰিচালক জীৱেশ্বৰ ডেকাৰ দেহাৱসান।

দেওবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ডেকই।

সংকটজনক অৱস্থাত অভিনেতাগৰাকীক ভৰ্তি কৰা হৈছিল নলবাৰীৰ সাৰথি হাস্পতালত।

ইয়াৰ পাছতে অভিনেতাগৰাকীক প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ।

gmchলৈ লৈ অনাৰ সময়তে আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ডেকই।

উল্লেখ্য যে, দধিচি নাটক অভিনয়ৰে বিশেষ সমাদৰ লাভ কৰিছিল অভিনেতাগৰাকীয়ে।

অসম চৰকাৰৰ তৰফৰ পৰা ডেকাই লাভ কৰিছিল নটসূৰ্য্য ফণী শৰ্মা বঁটা।

ভাগ্যদেৱী, মুকুন্দ, আৱাহন, মনালিছা আদি বহু থিয়েটাৰৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ আছিল ডেকা