নামঘৰত ১৫ জনতকৈ অধিল লোকক একেলগে সমবেত নহবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

নামঘৰত ১৫ জনতকৈ অধিল লোকক একেলগে সমবেত নহবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

August 18, 2020 0 By NEWS DESK

জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেলত ভাদ মাহৰ নাম-প্ৰসংগক লৈ কেতবোৰ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

পৱিত্ৰ ভাদ মাহৰ নাম-প্ৰসংগত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান।

নাম প্ৰসংগৰ সকলো আই মাতৃক মাস্কৰ পৰিধান কৰিবলৈ আহ্বান মন্ত্ৰী শৰ্মাৰ।

ভাদ মাহত নামঘৰলৈ অধিক লোক যোৱা দেখা যায় বুলি উল্লেখ কৰি ১৫ জনতকৈ অধিল লোকক নামঘৰত একেলগে সমবেত নোহোৱাৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

লগতে সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বহিবলৈ আহ্বান জনাই মন্ত্ৰী শৰ্মাই।

এই বিষয়ক লৈ চৰকাৰীভাৱে নিৰ্দেশনা জাৰি কৰাৰ কথাও সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।