Site icon NEWS8 NE

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত খাৱৈত পৰিল বলেৰাে বাহন

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰিল এখন বলেৰ’ বাহন।

এই ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ শদিয়াৰ ইছলামপুৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰত অইল ইণ্ডিয়াৰ এএছ০৬বিচি৪৩০৭ নম্বৰৰ এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে।

জানিব পৰা মতে, দুৰ্ঘটনাটোত চালকসহ তিনিজন লোক সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

Exit mobile version