নিৰ্দেশনা সলনি, পূজাৰ বতৰত নিশা ১০.৩০ বজালৈকে খোলা থাকিব ৰেষ্টুৰেন্ট !

নিৰ্দেশনা সলনি, পূজাৰ বতৰত নিশা ১০.৩০ বজালৈকে খোলা থাকিব ৰেষ্টুৰেন্ট !

October 23, 2020 0 By NEWS DESK

দুৰ্গাপূজা অনুষ্ঠিত কৰা উপলক্ষে প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মত কিছু সাল-সলনি।

নিশা ৯ বজাৰ পৰিবৰ্তে এতিয়াৰে পৰা নিশা ১০.৩০ বজালৈকে খোলা থাকিব ৰেষ্টুৰেণ্ট।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে।

পূৰ্বতে ১২ অক্টোবৰত জাৰি কৰা হৈছিল নিৰ্দেশনা।

আনহাতে নিৰ্দেশনাত সন্নিৱিষ্ট দুৰ্গাপূজাৰ বাকী সকলো গাইডলাইন একেই থাকিব