নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অৰ্চনা মহন্তৰ শেষকৃত !

নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অৰ্চনা মহন্তৰ শেষকৃত !

August 27, 2020 0 By NEWS DESK

দীৰ্ঘদিন অসুস্থতাৰ সৈতে যুঁজি অৱশেষত গুচি গ’ল সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত।

২৭ আগষ্ট, ২০২০ৰ পুৱা ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট শিল্পীগৰাকীয়ে।

Beats of identity

ইমান মৰম,ইমান সপোন’, ‘জোনটি ওলালে তৰাটি ওলাব’, ‘যোৱা ৰাতি মেঘ চপৰা’, পাহাৰৰ জুৰিটি, শালিকী অ’ই, অ’ফুলপাহ, আই অ শিপিনী আদি অনেক গীতত কণ্ঠ নিগৰাইছিল মহন্তই।

সন্ধিয়া ৪ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব অৰ্চনা মহন্তৰ।

নৱগ্ৰহত ৰাজ্যিক মৰ্যাদা সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া।