পত্নীসহ কৰ’ণাত আক্ৰান্ত জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিন !

পত্নীসহ কৰ’ণাত আক্ৰান্ত জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিন !

September 8, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

এইবাৰ জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিনৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

পত্নীসহ কৰ’ণাত আক্ৰান্ত জনপ্ৰিয় সংগীত শিল্পী মানস ৰবিন।

ছ’চিয়েল মিডিয়াযোগে এই কথা নিজেই প্ৰকাশ কৰিছে মানস ৰবিনে।

লগতে শিল্পীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে।