পর্তুগালৰ জনপ্ৰিয় ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো দেহত ধৰা পৰিছে কৰ’ণা !

পর্তুগালৰ জনপ্ৰিয় ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো দেহত ধৰা পৰিছে কৰ’ণা !

October 14, 2020 0 By NEWS DESK

সমগ্ৰ বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

পর্তুগালৰ জনপ্ৰিয় ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো দেহত ধৰা পৰিছে কৰ’ণা অৱস্থিতি।

Image

মঙলবাৰে খেলুৱৈগৰাকীৰ টেষ্টৰ ফলাফল পজিটিভ অহা বুলি পর্তুগাল ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে৷

Image

ফেডাৰেছনে প্ৰকাশ কৰা অনুসৰি ৰ’নাল্ডোৰ গাত কৰ’ণাৰ কোনো ধৰণৰ লক্ষণ নাই আৰু বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে।

Image

কৰণাত সংক্ৰমিত হোৱাৰ বাবে ৰ’নাল্ডোৱে বুধবাৰে ছুইডেনৰ বিৰুদ্ধে খেলিবলগীয়া উৱেফা নেচনছ লীগৰ মেচত অংশ ল’ব নোৱাৰিব বুলি জানিবলৈ দিয়ে।