পিঁয়াজৰ মূল্যবৃদ্ধিঃ বিদেশলৈ পিঁয়াজৰ ৰপ্তানি জৰুৰীভাৱে বন্ধ কৰিলে কেন্দ্ৰই

পিঁয়াজৰ মূল্যবৃদ্ধিঃ বিদেশলৈ পিঁয়াজৰ ৰপ্তানি জৰুৰীভাৱে বন্ধ কৰিলে কেন্দ্ৰই

September 15, 2020 0 By NEWS DESK

সমাগত দুৰ্গােৎসৱৰ পূৰ্বে পুনৰ দেশজুৰি সৃষ্টি হৈছে পিঁয়াজৰ কৃত্ৰিম নাটনিৰ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যত শেহতীয়াকৈ পাইকাৰী তথা খুচুৰা বজাৰতাে অস্বাভাৱিক মূল্যবৃদ্ধি ঘটিছে পিঁয়াজৰ।

এই মূলৃবৃদ্ধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে কেন্দ্ৰ চৰকাৰে।

অসাধু ব্যৱসায়ীয়ে যাতে এই পৰিস্থিতিৰ অনুচিত লাভ ল’ব নােৱাৰে, তাৰ বাবে কেন্দ্ৰ চৰকাৰে পিঁয়াজৰ বিদেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত জৰুৰীভাৱে নিষেধাজ্ঞা জাৰি কৰিছে।

সকলাে প্ৰকাৰৰ পিঁয়াজৰ ক্ষেত্ৰত প্ৰযােজ্য হ’ব এই নিষেধাজ্ঞা।