পি কে দত্তৰ ব্যৱসায়িক লেনদেন কৰা জয়দ্বীপ বৰুৱাৰ বাসগৃহত উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা!

পি কে দত্তৰ ব্যৱসায়িক লেনদেন কৰা জয়দ্বীপ বৰুৱাৰ বাসগৃহত উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা!

October 15, 2020 0 By NEWS DESK

আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্তত প্ৰতিদিনে ওলাইছে ন-ন তথ্য।

এইবাৰ পি কে দত্তৰ ব্যৱসায়িক লেনদেন কৰোৱা জয়দ্বীপ বৰুৱাৰ আলমাৰিৰ পৰা বাণ্ডিলে বাণ্ডিলে টকা।

চানমাৰিস্থিত বাসগৃহত চিআইডিয়ে চলাই এই অভিযান।

চিআইডিয়ে অভিযানত জব্দ হয় ২২ লাখ টকা।

এছ আই কেলেংকাৰীৰ অভিযুক্ত পি কে দত্তৰ সহায়ক আছিল জয়দ্বীপ বৰুৱা।

উল্লেখ্য যে, ২৬ ছেপ্টেম্বৰ শনিবাৰৰ দিনা তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জয়দ্বীপ বৰুৱাক।