পুলৱামাত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত পুনৰ শ্বহীদ ভাৰতীয় জোৱান !

পুলৱামাত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত পুনৰ শ্বহীদ ভাৰতীয় জোৱান !

August 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- জম্মু-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান ।

সন্ত্ৰাসবাদীৰে হোৱা এক সংঘৰ্ষত শ্বহীদ হয় জোৱানজন ।

আনহাতে সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদীও ।

পুলৱামাত সংঘটিত হৈছে এই ঘটনা ।

নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কেইবাটাও মাৰনাস্ত্ৰ ।

বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত ভাৰতীয় সেনাৰ ।