প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে নতুন ৭৫টকীয়া মুদ্ৰা!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে নতুন ৭৫টকীয়া মুদ্ৰা!

October 16, 2020 0 By NEWS DESK

দেশত মুকলি কৰা হল নতুন ৭৫টকীয়া মুদ্ৰা।

Image

শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে নতু ৭৫ টকীয়া মুদ্ৰা।

Food and Agriculture Organizationৰ ৭৫বছৰীয়া বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে এই মুদ্ৰা।

উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্ব খাদ্য দিৱসৰ কথা উল্লেখ কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে।