প্ৰসিদ্ধ সংগীত শিল্পী পদ্মবিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত যশৰাজৰ দেহাৱসান !

প্ৰসিদ্ধ সংগীত শিল্পী পদ্মবিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত যশৰাজৰ দেহাৱসান !

August 18, 2020 0 By NEWS DESK

কিংবদন্তি সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান।

ভাৰতৰ বৰ্ণিল সংগীত জীৱনত তেওঁ বহু সন্মান লাভ কৰিছে।

 পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল পণ্ডিত যশৰাজ।

Image

সোমবাৰে মাৰ্কিন যুক্তৰাষ্ট্রত শেষনিশ্বাস ত্যাগ কৰে শাস্ত্ৰীয় সংগীত জগতৰ নক্ষত্ৰ পণ্ডিত যশৰাজে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ।

Image

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰখ্যাত সংগীত শিল্পীগৰাকীৰ।