প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক প্ৰদেশ কংগ্ৰেছৰ নতুন তত্বাৱধায়ক নিযুক্তি AICCৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীক প্ৰদেশ কংগ্ৰেছৰ নতুন তত্বাৱধায়ক নিযুক্তি AICCৰ

September 11, 2020 0 By NEWS DESK

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন তত্বাৱধায়ক নিযুক্তিৰে এই দায়িত্বৰ পৰা বৰ্ষীয়াণ কংগ্ৰেছ নেতা হৰিশ ৰাৱটক আঁতৰালে AICCয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ভাৱাৰ জিতেন্দ্ৰ সিঙক।

ভাৱাৰ জিতেন্দ্ৰ সিং

উল্লেখ্য যে প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ইয়াৰ পূৰ্বে ওড়িষ্যা প্ৰদেশ কংগ্ৰেছৰাে দায়িত্বত আছে।

ৰাজস্থানৰ আলৱাৰ লােকসভা সমষ্টিত প্ৰাক্তন সাংসদ সিং।

অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এজন যুৱ নেতাক অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰাটাে বিশেষ তাৎপৰ্য বহন কৰিছে।