প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত !

প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত !

September 9, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

ইয়াৰ মাজতে শাসকীয় দল ত্যাগ কৰি কংগ্ৰেছলৈ BJPৰ এগৰাকী প্ৰাক্তন বিধায়ক।

ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত৷

বুধবাৰে গুৱাহাটীত কংগ্ৰেছত যোগদান কৰিব মৰাণে৷

২০১১ত ডুমডুমা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছিল দিলীপ মৰাণ৷