প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক !

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক !

August 22, 2020 0 By NEWS DESK

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।

বিধায়ক, প্ৰাক্তন বিধায়কৰ‌ সৈতে বৈঠকত অংশগ্ৰহণ তৰুণ গগৈৰ।

কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ আলোচনা।

বৈঠকত উপস্থিত অজন্তা নেওগ, ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলী চৌধুৰী, ৰকিবুল হুছেইন, নুৰুল হুদা, এ কে ৰচিদ আলম, ইলিয়াচ আলী, মতিউৰ ৰহমান মণ্ডল আৰু আব্দুল হাই নাগৰি।

উল্লেথ্য যে, বৈঠকত উপস্থিত নাই AIUDFৰে মিত্ৰতাৰ বিৰোধিতা কৰা কংগ্ৰেছ বিধায়ক গোট।

প্ৰশ্ন হয় AIUDFৰে মিত্ৰতাক লৈ দলৰ ভিতৰত সৃষ্টি হৈছে নেকি মতানক্যৰ।