ফেব্ৰুৱাৰীত নহয়, মাৰ্চ মাহত অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা !

ফেব্ৰুৱাৰীত নহয়, মাৰ্চ মাহত অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা !

September 6, 2020 0 By NEWS DESK

মেট্ৰিক পৰীক্ষাৰ সময়সূচী সলনি।

ফেব্ৰুৱাৰীত নহয়, মাৰ্চ মাহতহে অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা

মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে এই কথা।

বিগৰ বৰ্ষ সমূহৰ দৰে অহা বছৰ ফেব্ৰুৱাৰীত নহয়, মাৰ্চত অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।

কৰ’ণা ভাইৰাছৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰিবৰ বাবে মেট্ৰিক পৰীক্ষা এমাহ পিছুৱাই দিয়াৰ কথা জনালে অধ্যক্ষই।

উল্লেখ্য যে, লকডাউনৰ বাবে বিগত মাৰ্চ মাহৰ পৰা ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ।