বড়ো ভাষাক ৰাজ্যৰ আনুষ্ঠানিক সহযোগী ভাষাৰ স্বীকৃতি !

বড়ো ভাষাক ৰাজ্যৰ আনুষ্ঠানিক সহযোগী ভাষাৰ স্বীকৃতি !

October 8, 2020 0 By NEWS DESK

বুধবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বড়ো ভাষাক ৰাজ্যৰ আনুষ্ঠানিক সহযোগী ভাষাৰ স্বীকৃতি।

এতিয়াৰে পৰা অসমীয়াৰ লগত বড়ো ভাষাও অসমৰ সহযোগী ভাষা।

উল্লেখ্য যে, বিটিআৰ চুক্তিৰ অন্যতম দফা আছিল বড়ো ভাষাৰ বিষয়টো।

লগতে বড়- কছাৰী স্বায়ত্ত শাসিত কল্যাণ পৰিষদত অনুমোদন জনাই ৰাজ্যিক কেবিনেটে।

ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলোকাক সামৰি বড়োলোকৰ উন্নয়নৰ বাবে হ’ব এই কল্যাণ পৰিষদ।

এক টুইটযোগে এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।