বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল মানসিক বিকাৰগ্ৰস্ত লোকৰ

বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল মানসিক বিকাৰগ্ৰস্ত লোকৰ

October 25, 2020 0 By NEWS DESK

লংকা। ৰাজ্যত তীব্ৰ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে।

দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লােকৰ।

লংকাৰ লংকাজান অঞ্চলত সংঘটিত হয় এই শােকাৱহ ঘটনা।

জানিব পৰা মতে, লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকৰ তাণ্ডৱৰ সময়তে এই ঘটনা সংঘটিত হয়।