বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ দেহত ধৰা পৰিছে কৰ’ণা !

বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ দেহত ধৰা পৰিছে কৰ’ণা !

September 6, 2020 0 By NEWS DESK

কৰ’ণা আক্ৰান্তই দেশত নিতৌ ভাঙিছে ৰেকৰ্ড।

এদিনতে কৰ’ণাত আক্ৰান্ত হৈছে ৯০ হাজাৰৰো অধিক লোক।

বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ দেহত ধৰা পৰিছে কৰ’ণা।

ৰবিবাৰে সামাজিক মাধ্যম ইনষ্টাগ্ৰাম যোগে কৰ’ণা আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে অভিনেতা জনে।

জানিব পৰা মতে বৰ্তমান হোম কোৱাৰেন্টাইনত আছে অভিনেতা জন।

ইষ্টাগ্ৰাম যোগে অভিনেতা জনে স্বাস্থ্য অবস্থা সুস্থিৰ থকা বুলিও জানিব পৰা গৈছে।