বাংলাদেশত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী ফেৰী ! ১১জন লোক নিহত…

বাংলাদেশত দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী ফেৰী ! ১১জন লোক নিহত…

September 9, 2020 0 By NEWS DESK

বাংলাদেশত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ফেৰী।

দুৰ্ঘটনাটোৰ ফলত বৰ্তমানলৈ ১১জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ফেৰীখনত আছিল মুঠ ৪০ জন যাত্ৰী।

বৰ্তমানেও সন্ধানহীন হৈ আছে বহু কেইগৰাকী যাত্ৰী।

বাংলাদেশৰ গুমাই নদীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।