বিজেপিৰ মিটিং চলি থাকোতেই মৃত্যুক সাৱটিলে চকীত বহি থকা এগৰাকী কৃষকে!

বিজেপিৰ মিটিং চলি থাকোতেই মৃত্যুক সাৱটিলে চকীত বহি থকা এগৰাকী কৃষকে!

October 19, 2020 0 By NEWS DESK

বিজেপি সভাত চকীত বহি থকা অৱস্থাতে কৃষকৰ মৃত্যু।

মিটিং চলি থাকোতেই মঞ্চৰ সন্মুখত চকীত বহি থকা এগৰাকী কৃষকে মৃত্যুক সাৱটিলে।

Image

দেওবাৰে মধ্যপ্ৰদেশৰ খাণ্ডুৱাত অনুষ্ঠিত হৈছিল বিজেপিৰ এই সভাখন।

বিজেপি নেতা জ্যোতিৰাদিত্যা সিন্ধিয়া উপস্থিত থকা এই সভাখনৰ মাজতে তাত বহি থকা এগৰাকী কৃষক হৃদজনিত ৰোগত আক্ৰান্ত হৈ বহি থকা অৱস্থাতে মৃত্যু হয়।

জ্যোতিৰাদিত্য সিন্ধিয়াই কয়- সভাখনত কৃষকগৰাকীৰ মৃত্যু আছিল অতি দুৰ্ভাগ্যজনক।আমি সকলোৱে সেই কথা গম পোৱাৰ লগে লগে মিটিং বন্ধ কৰি তেওঁক হস্পাতাললৈ নিছিলো যদিও তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলো।’

Image