বিজয়া দশমী উপলক্ষে ২৬ অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপনী!

বিজয়া দশমী উপলক্ষে ২৬ অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপনী!

October 21, 2020 0 By NEWS DESK

বিজয়া দশমী উপলক্ষে ২৬ অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপনী।

২৬ অক্টোবৰত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰে ড্ৰাই ডে।

বুধবাৰে এক নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

এই সময়চোৱাত কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব সকলো সুৰাৰ বিপনী।