বিটিচিৰ চৰকাৰ বিজেপিৰ নেৰ্তৃত্বতে গঠন হ’বঃ হিমন্ত বিশ্ব শৰ্মা !

বিটিচিৰ চৰকাৰ বিজেপিৰ নেৰ্তৃত্বতে গঠন হ’বঃ হিমন্ত বিশ্ব শৰ্মা !

October 14, 2020 0 By NEWS DESK

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ দিন চমূ চপাৰ লগে লগে ব্যাপক তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল সমূহৰ মাজত।

Image

এইবাৰ কোকৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা।

মন্ত্ৰী গৰাকীয়ে কয়- বিটিচিৰ চৰকাৰ বিজেপিৰ নেৰ্তৃত্বতে গঠন হ’ব।কাৰ্বি আংলং , ডিমা হাছাওৰ দৰে বিটিচিতো বিজেপিৰ নেৰ্তৃত্বতে চৰকাৰ গঠন হব।’

Image

ইপিনে ডিচেম্বৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Image

মন্ত্ৰী গৰাকীয়ে কয়- ‘পাঁচ বছৰৰ বাবে বিপিএফৰ সতে মিত্ৰতা হৈছিল, পৰবৰ্তী পাঁচ বছৰত সময় আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব। বিটিচিৰ নিৰ্বাচনত অকলশৰীয়াকৈ অংশগ্ৰহণ কৰিছে বিজেপিয়ে।’