বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন গেছ চিলিণ্ডাৰ !

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন গেছ চিলিণ্ডাৰ !

August 26, 2020 0 By NEWS DESK

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন গেছ চিলিণ্ডাৰ।

অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব উত্তৰ-পূবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰকল্প।

কাইলৈৰ পৰা ধৰ্মঘটত বহিব এল পি জি ট্ৰান্সপৰ্ট এছ’চিয়েচন।

Ahmedabad: Beware! Your LPG cylinder may be underweight

IOCৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰৰ বিৰোধিতা।

উত্তৰ গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁও, দুলীয়াজান, চেকমাই, ডিমাপুৰ আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প বন্ধ ঘোষণা।

ধৰ্মঘটৰ সময়ছোৱাত চিলিণ্ডাৰ নাটনিৰ আশংকা।