ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ! আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰৰ

ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ! আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰৰ

September 27, 2020 0 By NEWS DESK

আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰৰ।

নিজৰ ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি প্ৰদীপ কুমাৰৰ।

Recruitment scam: Pradeep Kumar resigns as chairman of State Level Police Recruitment Board of Assam. Pix BY UB photos

এক প্ৰেছ বিজ্ঞপি যোগে এই কথা সদৰি কৰে প্ৰদীপ কুমাৰে।

এই বিবৃতিটােত প্ৰদীপ কুমাৰ কয় যে তেওঁৰ সুদীৰ্ঘ চাকৰি জীৱন কােনাে দিনে এনে ব্যৰ্থতাৰ সন্মুখীন হােৱা নাছিল।

সূচাৰুৰূপে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হােৱাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লােৱা বুলি প্ৰকাশ কৰে কুমাৰে।

উল্লেখ্য যে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰসংগত ৰাজ্যজুৰি অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া।

ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বিজেপি নেতাসহ বহু কেইগৰাকী লোক।

অৱশ্যে এই পৰ্যন্ত পলাতক হৈ আছে প্ৰাক্তন ডি আই জি বিষয়া পি কে দত্ত প্ৰমুখ্যে বিজেপি নেতা দিবন ডেকা।