বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ ১৬,৩৮০ পেকেট বিদেশী চিগাৰেট !

বৰঝাৰ বিমান বন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ ১৬,৩৮০ পেকেট বিদেশী চিগাৰেট !

August 22, 2020 0 By NEWS DESK

বৰঝাৰ বিমান বন্দৰত পুনৰ বিদেশী চোৰাং চিগাৰেট জব্দ।

শুল্ক বিভাগে অভিযানত বিমান বন্দৰত জব্দ কৰা হয় ১৬,৩৮০ পেকেট বিদেশী চিগাৰেট।

জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য হ’ব ৩৪,৭৬,০০০টকা।

আইজল পৰা পাৰচেল যোগে দিল্লী আৰু শ্রীনগৰলৈ বিমান যোগে নিবলৈ যো-জা কৰোতেই শুল্ক বিভাগৰ তালাচীত জব্দ হয় এই বৃহৎ পৰিমানৰ অবৈধ চিগাৰেট

উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বেও ২০ লক্ষাধিক টকাৰ বৃহৎ পৰিমাণৰ চোৰাং চিগাৰেট বিমানবন্দৰত জব্দ কৰিছিল শুল্ক বিভাগে।