ভাল খবৰ! দেশৰ কৃষকসকলে সাৰ ক্ৰয়ৰ বাবে ২৫০০ টকাকৈ দুটা কিস্তিত পাব ধন…

ভাল খবৰ! দেশৰ কৃষকসকলে সাৰ ক্ৰয়ৰ বাবে ২৫০০ টকাকৈ দুটা কিস্তিত পাব ধন…

October 22, 2020 0 By NEWS DESK

দেশৰ কৃষক সকললৈ শীঘ্ৰেই মোডী চৰকাৰে আনিব এক ভাল খবৰ।

দেশৰ কৃষকসকলে লাভ কৰিব ৫ হাজাৰকৈ ধন।

কৃষকসকলে সাৰ ক্ৰয়ৰ বাবে ২৫০০ টকাকৈ দুটা কিস্তিত লাভ কৰিব এই ধন।

প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ উপৰিও কৃষকসকলে লাভ কৰিব এই ধন।

খাৰিফ শস্য আৰু ৰবি শস্যৰ পূৰ্বে কৃষকসকলে দুটা কিস্তিত লাভ কৰিব এই ধন।

উল্লেখ্য যে,সাৰৰ ওপৰত চৰকাৰে দিয়া ৰাজ সাহায্যৰ ধন পোনে পোনে কৃষকক দিয়াৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ইতিমধ্যে এই সন্দৰ্ভত কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে খবৰ।