ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ বিজয়লক্ষ্মী ৰমাননৰ দেহাৱসান!

ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ বিজয়লক্ষ্মী ৰমাননৰ দেহাৱসান!

October 20, 2020 0 By NEWS DESK

দেশবাসীৰ বাবে এক দুঃখবৰ।

ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ বিজয়লক্ষ্মী ৰমাননৰ দেহাৱসান।

Image

১৯৭২চনৰ ২২ অক্টোবৰত বিজয়লক্ষ্মী ৰমানন উইং কামাণ্ডাৰৰ পদবী লাভ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।

 ১৯৭৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বিজয়লক্ষ্মী ৰমাননে অৱসৰ গ্ৰহণ কৰিছিল।