মই যদি মেকুৰী, তেন্তে আপুনি… মন্ত্ৰী হিমন্তক কি প্ৰত্যুত্তৰ দিলে হাগ্ৰমাই?

মই যদি মেকুৰী, তেন্তে আপুনি… মন্ত্ৰী হিমন্তক কি প্ৰত্যুত্তৰ দিলে হাগ্ৰমাই?

November 20, 2020 0 By NEWS DESK

নিউজ ডেস্ক। বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ মিত্ৰদল বিজেপি-বিপিএফৰ দুই শীৰ্ষ নেতাৰ মাজত ৰাজনৈতিক বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে।

মিত্ৰতা থকা সত্বেও বিজেপি দলে বিটিচি দখলৰ বাবে মিত্ৰদল বিপিএফৰ লগত মুকলি সংঘাতত লিপ্ত হৈছে।

নিৰ্বাচনী সভাসমূহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক মেকুৰীৰ লগত তুলনা কৰিছে।

মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ দিছে হাগ্ৰামা মহিলাৰীয়ে।

চিৰাং জিলাৰ কাজলগাঁও বজাৰ প্ৰাংগণত অনুষ্ঠিত বিপিএফ দলৰ এখন নিৰ্বাচনী গণসভাত মহিলাৰীয়ে কয় যে মই যদি মেকুৰী, আপুনি বান্দৰ!

হাগ্ৰামাৰ ভাষণৰ ভিডিঅ’ চাওকঃ