মণিপুৰত ৩১ আগষ্টলৈ বৃদ্ধি সম্পূৰ্ণ লকডাউনৰ সময়সীমা !

মণিপুৰত ৩১ আগষ্টলৈ বৃদ্ধি সম্পূৰ্ণ লকডাউনৰ সময়সীমা !

August 15, 2020 0 By NEWS DESK

চুবুৰীয়া ৰাজ্য মণিপুৰত বৃদ্ধি কৰা হৈছে সম্পূৰ্ণ লকডাউনৰ সময়সীমা ।

অহা ৩১ আগষ্টলৈ ৰাজ্যখনত বাহাল থাকিব সম্পূৰ্ণ লকডাউন ।

ৰাজ্যখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

মণিপুৰত বৰ্তমানেও ১৮০০ কৰ’ণাক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ।

আনহাতে ৰাজ্যখনত কৰ’ণাত মৃত্যু হৈছে ১৩জন লোকৰ ।