মুকলি হোৱাৰ দুদিন পিছতে বিকল হ’ল দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পেৱ সেৱা !

মুকলি হোৱাৰ দুদিন পিছতে বিকল হ’ল দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পেৱ সেৱা !

August 26, 2020 0 By NEWS DESK

দুদিন নহওতেই বিকল হ’ল দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পেৱ সেৱা

বহু প্ৰতিক্ষাৰ অন্ত পেলাই ২৪ আগষ্টত মুকলি কৰা হয় গুৱাহাটী- উত্তৰ গুৱাহাটীৰ মাজত ৰ’পৱে সেৱা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে নদীৰ ওপৰত দেশৰ দীৰ্ঘতম ৰ’পৱে সেৱা।

কিন্তু মুকলি কৰাৰ দুদিন নহওতেই বিকল হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।

জানিব পৰা মতে কাৰিকৰী বিজুতিৰ বাবে হঠাৎ বিকল হৈ পৰে ৰ’প ৱে।

অনিৰ্দিষ্টকাললৈ বন্ধ হৈ থকাৰ সম্ভাৱনা এই সেৱা।

Image may contain: sky and outdoor

উল্লেখ্য যে, ২০০৯ চনতে আৰম্ভ হোৱা ১৮২০ মিটাৰ দৈৰ্ঘ্যৰ দুই লেন যুক্ত এই ৰ’পৱে টোৰ বাবে ব্যয় কৰা হৈছে ৫৬ কোটি টকা।

কলকাতাৰ সমীৰ দামোদৰ ‌ৰ’পৱে নামৰ বিখ্যাত কোম্পানীটোৱে নিৰ্মাণ কৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱেটো।