মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালীৰ দেহত ধৰা পৰিছে কৰ’ণা !

মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালীৰ দেহত ধৰা পৰিছে কৰ’ণা !

September 9, 2020 0 By NEWS DESK

অসমত অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

এইবাৰ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

হৃদৰোগত আক্ৰান্ত হৈ হেল্থ চিটিত চিকিতসাধীন হৈ থকা অবস্থাতে তেওৰ দেহত কোভিড১৯ ধৰা পৰে।

চিকিতসকে জানিব দিয়া মতে তেওঁৰ স্বাস্থ্য বৰ্তমান যথেষ্ঠ উন্নত।