মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিলে ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ !

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিলে ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ !

October 11, 2020 0 By NEWS DESK

ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন।

দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ।

আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেৰ লগতে উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট লোক।

Image

উল্লেখ্য যে, মালিগাঁও-কামাখ্যাগেট, পাণ্ডু সংযোগী হ’ব এই ‘Y’ আকৃতিৰ সেঁতুখন।

এই ফ্লাইঅভাৰখনৰ দৈৰ্ঘ্য হ’ব ২৯৯২ মিটাৰ।

Image

মুঠ ৪২০.৭৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৰাজ্যৰ দীৰ্ঘতম সেঁতুখন।

চাৰিলেনযুক্ত এই সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বলৈ ৩৬ মাহ সময় ধাৰ্য কৰা হৈছে।