মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে  সত্যপাল মালিকক নিযুক্তি !

মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে সত্যপাল মালিকক নিযুক্তি !

August 18, 2020 0 By NEWS DESK

মেঘালয়ত নতুন ৰাজ্যপাল নিযুক্তি ।

সত্যপাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি।

উল্লেখ্য যে, সত্যপাল মালিক গোৱাৰ ৰাজ্যপাল আছিল।

छवि

ইয়াৰ পাছতে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিঙক গোৱাৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে।

এই নিৰ্দেশ প্ৰদান কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

উল্লেখ্য যে, গোৱাৰ পূৰ্বে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল আছিল সত্যপাল মালিক।