NEWS8 NE

যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ ৪ টা চােৰাং গৰু!

নিউজ ডেস্ক। বাংলাদেশলৈ চােৰাং গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে একাংশ সৰবৰাহকাৰীয়ে।

এইবাৰ যাত্ৰীবাহী বলেৰ’ বাহনত জব্দ হ’ল ৪ টাকৈ চােৰাং গৰু।

ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ কৰা হয় AS-19B-8892 নম্বৰৰ বলেৰ’ গাড়ীখন।

এই গাড়ীখনত পাছফালে আবদ্ধ কৰি ৰখা চাৰিটা গৰু জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে বাহনখনক খেদি খেদি ৰামৰাইকুঠীত জব্দ কৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

সাগৰৰ গভীৰতাত সম্পন্ন হ’ল বিবাহ! প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা নৱ দম্পতীৰ

চৰকাৰ বিৰােধী ধৰ্ণা-প্ৰতিবাদত অংশ ল’লে নাপাব চৰকাৰী চাকৰি!

গাড়ী চালকৰ হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ সহ ৩ দুৰ্ধৰ্ষ গাড়ী চােৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

মহিলা আৰক্ষী বিষয়াৰ মানৱীয় পদক্ষেপ! বৃদ্ধৰ মৃতদেহ তুলি লৈ গ’ল কান্ধত, কৰিলে সৎকাৰ

Exit mobile version