যোগগুৰু ৰামদেৱৰ অথন্তৰ, হাতীৰ ওপৰত যোগ কৰি থাকোতেই বাগৰি পৰিল তললৈ!

যোগগুৰু ৰামদেৱৰ অথন্তৰ, হাতীৰ ওপৰত যোগ কৰি থাকোতেই বাগৰি পৰিল তললৈ!

October 13, 2020 0 By NEWS DESK

হঠাৎ অথন্তৰ লাগিল যোগ গুৰু ৰামদেৱৰ।

যোগ গুৰু ৰামদেৱে এইবাৰ মাটিত নহয়, হাতীৰ ওপৰত যোগ কৰিবলৈ গৈ লাগিল অথন্তৰ।

হাতীৰ ওপৰত যোগ কৰি বাগৰি পৰিল ৰামদেৱ।

যোগ কৰি হাতীৰ ওপৰৰ পৰা বাগৰি পৰা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ভিডিঅ’ চাওক….

সোমবাৰে বাবা ৰামদেৱে মথুৰাৰ ৰমণৰেতী আশ্ৰমত যোগৰ প্ৰশিক্ষণ দি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

 ৰামদেৱে হাতীৰ ওপৰত উঠি যোগ আসন কৰি থকাৰ সময়তে সংঘটিত হয় এই অঘটন।