লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত !

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত !

October 15, 2020 0 By NEWS DESK

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত।

দেশৰ তিনিটা বিমান বন্দৰক ভাৰতীয় বিমান বন্দৰ প্ৰাধীকৰনে পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰে।

 লীলাবাৰীৰ লগতে বালাগাভি আৰু খজুৰাহু বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰা হয়।

 টুইটযোগে এই কথা সদৰি কৰিছে এয়াৰপোৰেট অথৰিটি অফ ইণ্ডিয়াই।

লখিমপুৰ জিলা প্ৰশাসনৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই এই কথা সদৰী কৰিছে সংস্থাটোৱে।