শীঘ্ৰেই পিতৃ আৰু মাতৃৰ গৌৰৱ অৰ্জন কৰিব বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই !

শীঘ্ৰেই পিতৃ আৰু মাতৃৰ গৌৰৱ অৰ্জন কৰিব বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই !

August 27, 2020 0 By NEWS DESK

শীঘ্ৰেই পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিব ভৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই।

মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল এটা খবৰ।

২০২১ৰ জানুৱাৰীত পিতৃ-মাতৃ হোৱাৰ ইংগিত দিছে বিৰাট কোহলীয়ে নিজেই।

Image

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ছচিয়েল মিডিয়াযোগে জনালে এই খবৰ।

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ফেচবুক আৰু টুইটাৰযোগে শ্বেয়াৰ কৰিছে এই কথা।

দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি টুইটাৰত বিৰাট কোহলীয়ে লিখিছে- ‘And then, we were three! Arriving Jan 2021’।

উল্লেখ্য যে, ২০১৭চনৰ ১১ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো।