শীতল পানীয় সেৱনত সাবধান ! অন্নপূৰ্ণা ব্ৰেণ্ডৰ নেমু পানীৰ বটলত ওলাল মৃত পঁ‌ইতাচোৰা…

শীতল পানীয় সেৱনত সাবধান ! অন্নপূৰ্ণা ব্ৰেণ্ডৰ নেমু পানীৰ বটলত ওলাল মৃত পঁ‌ইতাচোৰা…

September 4, 2020 0 By NEWS DESK

শীতল পানীয়ৰ নামক বৰবিহ।

ছীল-মোহৰ থকা নেমু পানীৰ বটলত ওলাল মৃত পঁইতাচোৰা।

অন্নপূৰ্ণা নামৰ ব্ৰেণ্ডড প্ৰতিষ্ঠানৰ ছীল-মোহৰ মৰা নেমু পানীৰ বটলত ওলাইছে মৃত পঁ‌ইতাচোৰা।

এজন যুৱকে খাবলৈ লওতেই গ্ৰাহকে বটলত ভিতৰত প্ৰত্যক্ষ কৰে মৃত পঁইতাচোৰাটো।

এই ঘটনা সংঘটিত হৈছে চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনত।

গোৱৰ্দ্ধনৰ নিখিল চাট্ হাউচ নামৰ দোকানখনত শীতল নেমু পানীৰ বটলৰ ভিতৰত ওলাইছে পঁ‌ইতাচোৰা।

যাৰ পাছতেই হতবম্ব হৈ পৰে গ্ৰাহকজন।