শোকাৱহ ! দুৰ্ঘটনাত পতিত হৈ মৃত্যু বকো থানাৰ আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ…

শোকাৱহ ! দুৰ্ঘটনাত পতিত হৈ মৃত্যু বকো থানাৰ আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ…

August 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- বকো আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসৰ দুৰ্ঘটনাত মৃত্যু।

মৰিগাঁও নেলীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় বিষয়াগৰাকীৰ ।

দলঙৰ ৰেলিঙত খুন্দা তীব্ৰবেগী ইনভা বাহনৰ ।

নেলীৰ পথ দুৰ্ঘটনাত নিহত বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া... - Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese

নগাঁৱৰ পৰা ইনভাখনেৰে আহি আছিল বিষয়াগৰাকী ।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ এ ৱাই ৬৩১২ ।