শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী অধ্যাপিকাসহ এজন শ্ৰমিকৰ মৃত্যু…

শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী অধ্যাপিকাসহ এজন শ্ৰমিকৰ মৃত্যু…

August 26, 2020 0 By NEWS DESK

এক শোকাৱহ ঘটনা।

কাছাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী অধ্যাপিকাৰ লগতে এজন শ্ৰমিকৰ মৃত্যু।

জানিব পৰা মতে, ঘৰৰ বিদ্যুৎ সংযোগৰ কাম চলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় অধ্যাপিকা বাবলি পাল।

বাবলি পালক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহি মৃত্যুক সাবটি লয় শ্ৰমিক হিচাপে কৰ্মৰত কাদিৰ হুছেইন লস্কৰ।

বাবলি পাল বদৰপুৰৰ নবীনচন্দ্ৰ কলেজৰ অধ্যাপিকা।

ধলাইৰ কাবুগঞ্জত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।