
শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি
September 13, 2022নিউজ ডেস্কঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তিথি উপলক্ষ্যে চৰকাৰী বন্ধৰ দিন সলনি কৰিলে ৰাজ্য চৰকাৰে।
১৪ ছেপ্টেম্বৰৰ ঠাইত ১৫ ছেপ্টেম্বৰত বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে।
এক জাননীৰ জৰিয়তে মাধৱেদৱৰ তিথি উপলক্ষ্যে বন্ধৰ দিন সলনি কৰাৰ কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ ছেপ্টেম্বৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল।