সাংসদ কামাখ্যা প্রসাদ তাছাৰ দেহত ধৰা পৰিছে কৰ’ণা !

সাংসদ কামাখ্যা প্রসাদ তাছাৰ দেহত ধৰা পৰিছে কৰ’ণা !

August 21, 2020 0 By NEWS DESK

ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী।

আৰক্ষীৰ পৰা জনপ্ৰতিনিধিলৈ সকলোৱে সংক্ৰমিত হৈছে কৰ’ণাৰ দ্বাৰা।

এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পতালত ভৰ্তি কৰোৱা হৈছে ৰাজ্যসভাৰ সাংসদগৰাকীক।

দেৰগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ দেহতো ধৰা পৰিছে কৰ’ণা।

ভৰালীকো চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছে।