সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি !

সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি !

August 28, 2020 0 By NEWS DESK

যুৱ নেতা সাংসদ গৌৰৱ গগৈক কংগ্ৰেছ দলৰ গধুৰ দায়িত্ব আৰ্পন।

সাংসদ গৌৰৱ গগৈক লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি হিচাপে নিযুক্তি।

দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান পি টি আই য়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কৰিছে এই সন্দৰ্ভত টুইট।

অৱশ্যে কংগ্ৰেছ নেতৃত্বই এই সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।

পি টি আইৰ টুইটত লিখা হৈছে যে, Gaurav Gogoi appointed deputy leader of Congress in Lok Sabha, Ravneet Bittu to be party’s whip: Sources।

উল্লেখ্য যে, সাংসদ গৌৰৱ গগৈ ৰাহুল গান্ধীৰ ঘনিষ্ঠ হোৱাৰ উপৰিও লোকসভাৰ মজিয়াত যথেষ্ট সবলভাৱে প্ৰসংগবোৰ উত্থাপন কৰা কথা সময়ে সময়ে চৰ্চা হয়।