সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হ’ল ৰীয়া চক্ৰৱৰ্তী !

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হ’ল ৰীয়া চক্ৰৱৰ্তী !

September 8, 2020 0 By NEWS DESK

দেশবাসীৰ বাবে এক ডাঙৰ খবৰ।

অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰীয়া চক্ৰৱৰ্তী।

Image

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হ’ল প্ৰেমীকা ৰীয়া চক্ৰৱৰ্তী।

NCB গ্ৰেপ্তাৰ কৰে ৰীয়া চক্ৰৱৰ্তীক।

Image

ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ৰীয়াক।

মুম্বাইৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰীয়াক।

উল্লেখ্য যে, বিগত কিছুদিন সুশান্তৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত জেৰা চলাই থকা হৈছিল ৰীয়াক।