স্বাধীনতা দিৱসৰ দিনাই ছয়গাঁৱত জাতীয় পতাকাক চৰম অপমান !

স্বাধীনতা দিৱসৰ দিনাই ছয়গাঁৱত জাতীয় পতাকাক চৰম অপমান !

August 15, 2020 0 By NEWS DESK

স্বাধীনতা দিৱসৰ আনন্দ উল্লাহৰ মাজতে অঘটন ।

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ছয়গাঁৱত জাতীয় পতাকাক চৰম অপমান !

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাতীয় পতাকাক চৰম অপমান ৷

ছয়গাঁৱৰ মৌলনা আবুল কালাম আজাদ হাইস্কুলত স্বাধীনতা দিৱসৰ পুৱা উলটাকৈ উৰিল দেশৰ স্বাভিমান জাতীয় পতাকা ৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক মইনুল হকে সংঘটিত কৰিলে এনে কাণ্ডজ্ঞানহীন ঘটনা ।

ইতিমধ্যে বিদ্যালয়খত ছয়গাঁও আৰক্ষী উপস্থিত হৈ উলটা পতাকাখনৰ সংগ্ৰহ কৰিছে ফটো ৷

এই লজ্জাজনক ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷