স্বাস্থ্য মন্ত্ৰণালয় আৰু FW ৰ আঞ্চলিক পৰিচালক ডঃ পাৰ্থজ্যোতি গগৈৰ মৃত্যু !

স্বাস্থ্য মন্ত্ৰণালয় আৰু FW ৰ আঞ্চলিক পৰিচালক ডঃ পাৰ্থজ্যোতি গগৈৰ মৃত্যু !

October 9, 2020 0 By NEWS DESK

স্বাস্থ্য মন্ত্ৰণালয় আৰু FW ৰ আঞ্চলিক পৰিচালক ডঃ পাৰ্থজ্যোতি গগৈৰ মৃত্যু।

বৃহস্পতিবাৰে পুৱতি নিশা ৩ বজাত মৃত্যু হয় গগৈৰ।

গুৰগাঁৱৰ মেডান্টা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গগৈয়ে।

প্ৰয়াত গগৈ প্ৰাক্তন কংগ্ৰেছী বিধায়ক অমিয়া গগৈৰ পুত্ৰ।