হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্রাছা পৰীক্ষাৰ অনলাইন প্র-পত্র পূৰণৰ দিন ঘোষণা!

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্রাছা পৰীক্ষাৰ অনলাইন প্র-পত্র পূৰণৰ দিন ঘোষণা!

October 14, 2020 0 By NEWS DESK

ছেবাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্রাছা পৰীক্ষাৰ প্র-পত্র পূৰণৰ দিন ঘোষণা।

অনলাইনযোগে কৰিব লাগিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ প্র-পত্র পূৰণ।

২ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰৰ ভিতৰত প্র-পত্র পূৰণৰ দিন ধাৰ্য কৰা হৈছে।

আনহাতে ২৭ নৱেম্বৰৰ ভিতৰত চালান জেনেৰেট কৰিব লাগিব।

৩০ নৱেম্বৰৰ ভিতৰত বেংকযোগে জমা দিব লাগিব মাচুল।

৫ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত কৰা হ’ব প্র-পত্র পুনৰীক্ষণ।

উল্লেখ্য যে, ১৫ ডিচেম্বৰত আপলোড কৰিব লাগিব চূড়ান্ত প্র-পত্র।