হাগ্ৰামাৰ প্ৰশ্নঃ বিহাৰত যদি পাৰে, অসমত কিয় নােৱাৰে?

হাগ্ৰামাৰ প্ৰশ্নঃ বিহাৰত যদি পাৰে, অসমত কিয় নােৱাৰে?

September 25, 2020 0 By NEWS DESK

কােকৰাঝাৰ। নিৰ্বাচন আয়ােগে আজি বিহাৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘােষণা কৰিছে।

যদি বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে, তেন্তে অসমত বিটিচিৰ নিৰ্বাচন কিয় হ’ব নােৱাৰে?

ৰাজ্যিক নিৰ্বাচন আয়ােগলৈ এই মুকলি প্ৰশ্ন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

হাগ্ৰামাই কােকৰাঝাৰত এক সংবাদমেল সম্বােধন কৰি কয় যে বিটিচি নিৰ্বাচন আৰু ছমাহ পিছুৱাবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে।

কিন্তু আমি এই কথা কােনােপধ্যে মানি নলওঁ। সময়মতে বিটচিিৰ নিৰ্বাচন কৰিবলৈ আমি আন্দােলন পূৰ্ণগতিত চলাই লৈ যাম।