১৯ অক্টোবৰৰ পৰা নিয়মিতভাৱে চলিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম কাজ!

১৯ অক্টোবৰৰ পৰা নিয়মিতভাৱে চলিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম কাজ!

October 14, 2020 0 By NEWS DESK

১৯ অক্টোবৰৰ পৰা নিয়মিতভাৱে চলিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাম কাজ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে ৰাজ্যৰ সকলো জিলা ন্যায়ালয়তো পৰিক্ষা মূলক ভাৱে পৰ্যায়ক্ৰমে আৰম্ভ হ’ব কাম-কাজ।

এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰা হৈছে।

অবশ্যে মানি চলিব লাগিব সকলো ধৰণৰ ক’ভিড প্ৰটকল।

 ন্যায়ালয়ৰ কোঠাত থাকিব লাগিব সকলো প্ৰিভেন্টিভ মিজাৰ্ভ।

আনহাতে প্ৰতি জিলাৰ ন্যায়ালয়ৰৰ নিয়মীয়া কাম-কাজ আৰম্ভ কৰাৰ পূৰ্বে বাৰ কাউঞ্চীল সমূহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লব লাগিব লিখিত অনুমতি।

লগতে দাখিল কৰিব লাগিব ক’ভিড প্ৰট”কল সন্নিবিষ্ট থকা নিয়মৰ তালিকা।

অক্টোবৰৰ ১৯ তাৰিখৰ পৰা কাম নিয়মীয়া হলেও নৱেম্বৰৰ দ্বিতীয় সম্পাহলৈহে থাকিব এই নিয়ম।

পৰৱৰ্তী সময়ত পুনৰ নতুন নিয়ম জাৰি কৰা হ’ব বুলিও জানিব পৰা গৈছে।